Skip to content

O Bideshi Bandhu

Bhupen Hazarika
ChordsKeyCbeginner
4.6(8)

Chords in this song4

Song

Strumming - DD-UDUD-DUDU
অ’ বিদেশী বন্ধু, দুৰ্ভগীয়া
আজি কিয়নো বন্ধু অকলশৰীয়া
প্ৰতিধ্বনি শুন কান্দুনৰ
.... INTERLUDE ....
প্ৰেমৰ সাগৰে জাহাজ মেলিলি
নেপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হলি
হেৰুৱালি তোৰ লংগৰ
অ’ বিদেশী বন্ধু, দুৰ্ভগীয়া
আজি কিয়নো বন্ধু, অকলশৰীয়া
.... INTERLUDE ....
চিৰ সেউজতে চামেলি দেখি
অতি মনোমুগ্ধ কৰ
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
চামেলি হ’ল গৈ পৰ
অ’ বিদেশী বন্ধু দুৰ্ভগীয়া
আজি কিয়নো বন্ধু অকলশৰীয়া

Comments

Spotted a wrong chord, or know a capo position that sounds closer to the record?

Sign in to join the conversation.

No comments yet. If you play this one, say what works.